২৫ জুলাইত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

গুৱাহাটী, ২০ জুলাই, NKTV২৫ জুলাইত গুৱাহাটীলৈ আহিব গৃহ মন্ত্ৰী অমিত শ্বাহ। তামুলপুৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব শ্বাহে। GMCHত উদ্বোধন কৰিব RADIOTHERAPY BLOCK। উদ্বোধন কৰিব ক’ভিড নিহতৰ পৰিয়ালক অনুদান আঁচনিৰ। ৪ হাজাৰ নিহতৰ পৰিয়ালবৰ্গই পাব ১ লাখ টকাকৈ। ক’ভিডত স্বামীহাৰা মহিলাই পাব ২.৫ লাখ টকাকৈ। ক’ভিডত অনাথ হোৱা শিশুক প্ৰদান কৰা হ’ব ৮ লাখ টকাকৈ। সংবাদমেলত জানিবলৈ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই।

পেগাছাছ বিতৰ্কক নস্যাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ
‘মোদীক কলংকিত কৰিবলৈ এয়া আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ’
‘বাওঁ সন্ত্ৰাসবাদৰ পোষক এমনেষ্টী ইণ্টাৰনেশ্যনেল’
এমনেষ্টীক ভাৰতত নিষিদ্ধ কৰাৰ দাবী মুখ্যমন্ত্ৰীৰ
এই বিতৰ্কক লৈ মঙলবাৰে অচল সংসদ
বিৰোধীৰ প্ৰতিবাদত সদনত হুলস্থূলীয়া পৰিস্থিতি
সংসদৰ বিতৰ্কৰ পিছতে গুৱাহাটীত CMৰ সংবাদমেল

২৪-২৫ জুলাইত শ্বিলঙত হ’ব DoNERৰ বৈঠক
কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ লগতে উঃপূবৰ CMসকলৰ অংশগ্ৰহণ
২৩জুলাইত মেঘালয়ৰ CMকনৰাড চাংমাৰে হিমন্তবিশ্বৰ বৈঠক
অসম-মেঘালয় সীমা সমস্যা সন্দৰ্ভত হ’ব এই বৈঠক
অৰুণাচলৰ CMৰেও বৈঠকত মিলিত হ’ব হিমন্ত বিশ্ব
প্ৰসংগ: অসম-মিজোৰামৰ সীমা সমস্যা
‘এতিয়াও সৃষ্টি হোৱা নাই মিজোৰামৰে আলোচনাৰ পৰিৱেশ’
সংবাদমেলত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...