পৰীক্ষাৰ পিছত ঘূৰাই দিব লাগিব চৰকাৰে দিয়া ম’বাইল সমূহ

গুৱাহাটী, ২০ জুলাই, NKTV:  অনলাইন ক্লাছৰ বাবেহে ছাত্ৰ-ছাত্ৰীক ম’বাইল দিব চৰকাৰে। পৰীক্ষাৰ অন্তত পুনৰ চৰকাৰক ম’বাইল ফোন ঘূৰাই দিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে। মঙলবাৰে বিধানসভাৰ মজিয়াত এই মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ছাত্ৰ-ছাত্ৰীক দিয়া ম’বাইল ঘূৰাই নিব চৰকাৰে
অনলাইন ক্লাছৰ বাবেহে ছাত্ৰ-ছাত্ৰীক দিব ম’বাইল
নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ম’বাইল দিয়াৰ ঘোষণা বাজেটত
পৰীক্ষাৰ পিছত পুনৰ চৰকাৰে ঘূৰাই নিব ম’বাইল
নৱম-দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ম’বাইল দিব চৰকাৰে
বাজেটত ৮০০ কোটি টকাৰ প্ৰস্তাৱ দিছিল বিত্তমন্ত্ৰীয়ে
দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মুখত বিৰিঙিছিল হাঁহি
পৰীক্ষাত উত্তীৰ্ণ হ’লেই ম’বাইল ঘূৰাই দিব লাগিব ছাত্ৰ-ছাত্ৰীয়ে
ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া ইন্টাৰনেট সেৱা যোগান ধৰিব চৰকাৰে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰত নগা উগ্ৰপন্থীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ, নিহত ৩৬ উগ্ৰপন্থী

ম্যানমাৰ সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক ভয়ংকৰ সামৰিক...

সন্মুখত দুই লাখ নিযুক্তিৰ লক্ষ্য, HBS 2.0ৰ প্ৰথম নিযুক্তি সমাৰোহত ৪৩৯গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত...