কাইলৈৰ পৰা অম্বুবাচী; ক’ভিডৰ বাবে এইবাৰো অনুষ্ঠিত নহয় মেলা

গুৱাহাটী, ২১ জুন, NKTV: কাইলৈ পৰা অম্বুবাচী মেলা। কিন্তু ক’ভিডৰ কাৰণে এইবাৰো অনুষ্ঠিত নহয় অম্বুবাচী মেলা। খোল নাখায় কামাখ্যা ধামৰ মুখ্য দুৱাৰ। কিন্তু অম্বুবাচী মেলাৰ বাবে বহিঃৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি কামাখ্যাত ভিৰ কৰিছেহি শ শ সাধু সন্যাসীয়ে। কৰ’নাৰ সংক্ৰমণৰ মাজতো অসমত আহি উপস্থিত হোৱা সাধু সন্যাসী সকলে অম্বুবাচী মেলা অনুষ্ঠিত নকৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

কৰ’নাৰ সংক্ৰমণৰ মাজতো অসমত আহি উপস্থিত হোৱা সাধু সন্যাসী সকলে অম্বুবাচী মেলা অনুষ্ঠিত নকৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। কামাখ্যা ধামৰ চৌহদতে এতিয়া এনেদৰে বাহৰ পাতিছে বহিঃৰাজ্যৰ পৰা অহা এই সকল সাধু সন্যাসীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...