কংগ্ৰেছৰে মিত্ৰতা কৰিবলৈ আজমলৰ বক্ৰপথ!

বাৰে বাৰে AIUDFৰ মিত্ৰতাৰ প্ৰস্তাৱ কংগ্ৰেছে প্ৰত্যাখ্যান কৰাৰ পিছত এইবাৰ কৌশল সলাইছে আজমল বাহিনীয়ে। কংগ্ৰেছ নেতৃত্বক হেঁচা প্ৰদানৰ বাবে দেশৰ আন আন বিৰোধী দলৰ সৈতে বন্ধুত্ব গঢ়ি তোলাৰ প্ৰয়াস AIUDFৰ। সেই উদ্দেশ্যেৰেই নীতিশ কুমাৰ আৰু শাৰদ পাৱাৰৰ শৰণাপন্ন হৈছে বদৰুদ্দিন আজমল। ইফালে আজমল বাহিনীৰ এই তৎপৰতাক লৈ সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ।

কংগ্ৰেছৰে মিত্ৰতা কৰিবলৈ আজমলৰ বক্ৰপথ!

মিত্ৰতাৰ নতুন কৌশলেৰে আজমল পাটনাত

কংগ্ৰেছৰ পৰা উপেক্ষিত হৈ নতুন সংগীৰ সন্ধান

নীতিশ কুমাৰ আৰু শাৰদ পাৱাৰৰ শৰণাপন্ন আজমল

JDUৰ নেতা নীতিশ কুমাৰক দলে-বলে সাক্ষাৎ আজমলৰ

নীতিশ কুমাৰৰ শৰণাপন্ন AIUDF

NCP নেতা শাৰদ পাৱাৰকো সাক্ষাৎ AIUDFৰ প্ৰতিনিধি দলৰ

‘নীতিশ কুমাৰৰ আমন্ত্ৰণত গৈছে আমাৰ প্ৰতিনিধি’

‘মিত্ৰতা কোনো দলৰ সৈতে হোৱা নাই’ : AIUDF

অসমৰ ৰাইজে AIUDFক নিবিচাৰে : কংগ্ৰেছ

হাইকমাণ্ডে সিদ্ধান্ত ল’লে আমি মানিব লাগিব : কমলাক্ষ্য

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...