- AIUDFৰ বিৰুদ্ধে সৰৱ ভূপেন বৰা
- আগৰ ‘ইণ্ডাষ্ট্ৰিজ ধকেবাজ ফ্ৰণ্ট’ আখ্যা AIUDFক
- ‘AIUDFৰ পৰামৰ্শ মতে ৰিপুন বৰাক প্ৰাৰ্থিত্ব দিয়া হৈছিল’
- ‘মুখ্যমন্ত্ৰীক প্ৰশংসা কৰা বাবে ৬মাহ পূৰ্বে ভংগ হৈছিল মিত্ৰতা’
- AIUDF বিধায়ক মজিবুৰ ৰহমানৰ ভিডিঅ’ প্ৰদৰ্শন‘AIUDF য়ে ১৫টা ভোট দিছে নে নাই সেয়া স্পষ্ট হ’ব’
- ছিদ্দিক আহমেদে বেলটত ONE বুলি লিখিছিল
- ছিদ্দিক আহমেদক নিলম্বন প্ৰদেশ কংগ্ৰেছৰ পৰা
- কংগ্ৰেছৰ বিশ্বাসঘাতকতা কৰা বাবে ছিদ্দিকক নিলম্বন
- শশীকান্তৰ ভোট বাতিলৰ বাবে নিৰ্বাচন আয়োগলৈ পত্ৰ APCC
- বিৰোধীৰ ২৭ টা ভোট নিশ্চিত বুলি দাবী ভূপেন বৰাৰ