বিহুৰ পিছত এইবাৰ বাগুৰুম্বা নৃত্যই গঢ়িব বিশ্ব অভিলেখ

বিহুৱে গঢ়িলে বিশ্ব অভিলেখ। বিহুৱে বিশ্ব অভিলেখ গঢ়াৰ পাছতে এইবাৰ অভিলেখ গঢ়াৰ বাবে সাজু বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্যই। BTR চৰকাৰ, ABSU ৰ আহ্বান মৰ্মে বিশ্ব অভিলেখ গঢ়িবৰ বাবে সাজু হৈছে কেইবাটাও বড়ো জাতীয় সংগঠনৰ নেতৃত্ব। গহপুৰৰ দৈমালুতো ইতিমধ্যে অসমৰ বড়ো অধ্যুষিত অঞ্চলসমূহত আৰম্ভ হৈছে বাগুৰুম্বাৰ প্ৰশিক্ষণ। ১৮ ৰ পৰা ২৫ হাজাৰ নাচনীয়ে একেলগে নাচিব বাগুৰুম্বা নৃত্য। মুঠতে এতিয়া বড়ো জনগোষ্ঠীৰ মাজত সীমাহীন আনন্দ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...