ধিং কাণ্ডৰ ২ অভিযুক্তৰ নাগালেণ্ড আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ

ধিং কাণ্ডৰ ২ অভিযুক্তৰ নাগালেণ্ড আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ। ফৰিদুল খান, গোলাপউদ্দিন খানক গ্ৰেপ্তাৰ। ধিঙত কিশোৰীৰ ধৰ্ষণৰ পিছতেই পলায়ন কৰিছিল দুয়োটা নৰপিশাচে। নাগালেণ্ডৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা বুলি প্ৰকাশ। আৰক্ষীয়ে দুয়োকে লৈ আহিছে নগাঁৱলৈ। ইতিমধ্যে গ্ৰেপ্তাৰৰ পিছত মৃত্যু হৈছিল মূল অভিযুক্ত তফাজ্জুল ইছলামৰ। আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ গৈ পানীত পৰি মৃত্যু তফাজ্জুলৰ। ধিং ধৰ্ষণকাণ্ডক লৈ ৰাজ্যজুৰি হৈছিল প্ৰতিবাদ। ৩ ধৰ্ষণকাৰীক ফাঁচীৰ দাবীত উত্তাল প্ৰতিবাদ হৈছিল ৰাজ্যজুৰি। ২২ আগষ্টৰ ঘটনাৰ পিছতে দুয়ো পলাইছিল হোজাইৰ মোৰাঝাৰলৈ। মোৰাঝাৰৰ পৰা গৈ আত্মগোপন কৰিছিল নাগালেণ্ডৰ ডিমাপুৰত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিয়া-ৰামানুজ-ৰক্তাক্ত কোঠা আৰু কিছু অকথ্য…

মাতৃ-পিতৃ-ভাতৃ আৰু সকলোতকৈ ভালপোৱা মানুহজনৰ লগত বিয়া হৈ মৰমৰ...

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...