কিয় পুনমে প্ৰকাশ কৰিছিল মৃত্যুৰ ভুৱা বাতৰি?

জীয়াই আছে জনপ্ৰিয় অভিনেত্ৰী পুনম পাণ্ডে। ছাৰ্ভাইকেল কেন্সাৰত আক্ৰান্ত হৈ মৃত্যু হোৱা নাই অভিনেত্ৰীগৰাকীৰ। শনিবাৰে পুনমে সামাজিক মাধ্যমৰ জৰিয়তে দুটাকৈ ভিডিঅ’ শ্বেয়াৰ কৰি তেওঁৰ মৃত্যু হোৱা নাই বুলি নিশ্চিত কৰিছে। লগতে তেওঁ ছাৰ্ভাইকেল কেন্সাৰৰ awarenessৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে।

উল্লেখ্য যে, শুকুৰবাৰে পুনম পাণ্ডেৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছিল বাতৰি।
কৰ্কটৰোগত আক্ৰান্ত হোৱাৰ খবৰ প্ৰকাশ পাইছিল বাতৰিত। কিন্তু শেহতীয়াকৈ পুনমৰ মৃত্যুৰ বাতৰি মিছা বুলি প্ৰকাশ। ছ’চিয়েল মিডিয়াত পুনমে নিজে প্ৰকাশ কৰিলে ভিডিঅ’।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

শোকাৱহ দুৰ্ঘটনাই জোকাৰি গ’ল বৰপেটাৰ সৰ্থেবাৰী

সৰ্থেবাৰীত শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত পিতৃ আৰু ৫বছৰীয়া পুত্ৰৰ কৰুণ...

ভাৰতৰ সন্মুখত লক্ষ্য ২৪২ ৰান

চেম্পিয়নছ ট্ৰফীৰ হাই ভল্টেজ খেল। আটাইকেইটা উইকেট হেৰুৱাই পাকিস্তানৰ...

সৰ্থেবাৰীৰ ৰাজপথত শেষ হৈ গ’ল পিতা-পুত্ৰৰ জীৱন

শোকাৱহ ঘটনাই জোকাৰি গ'ল সৰ্থেবাৰী। সৰ্থেবাৰী-বৰপেটা পথত শেষ হৈ...

সুৰংগ খহি আবদ্ধ ৮ শ্ৰমিক, পানী জমা হোৱাৰ বাবে ব্যাহত উদ্ধাৰ অভিযান

পুনৰ সংঘটিত হৈছে এক অঘটন। এইবাৰ নিৰ্মীয়মান সুৰংগ খহি...