ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত সাদেক বড়ো

ভয়াবহ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন যুৱক। তামুলপুৰৰ দেৱী নগৰত শোকাৱহ পথ দুৰ্ঘটনা। তামুলপুৰৰ চেঁচাপানী দিশৰ পৰা নিজ গৃহ অভিমুখে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত হয় হৰতোলা গাঁৱৰ মেলকী সাদেক বড়ো নামৰ ২৩ বছৰীয়া যুৱকজন। লগতে গুৰুতৰভাবে আহত হয় পাটকীজুলি গাঁৱৰ অবিনাশ বসুমতাৰী নামৰ আন এজন ২৪ বছৰীয়া যুৱক। আহত লোকজনক ভৰ্তি কৰোৱা হয় কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত। উল্লেখ্য যে, As-01- BY- 8125 নম্বৰৰ এখন বাহনেৰে গৈছিল লোক দুজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...