দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে পথাচাৰীক, খেদি খেদি চালকক কৰায়ত্ত কৰিলে ৰাইজে

ৰাজ্যত ইটোৰ পিছত সিটো পথ দুৰ্ঘটনা সংঘটিত হৈছে। সোমবাৰে ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা।

নুমলীগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৈগ্ৰোঙত ভয়াৱহ পথ দুৰ্ঘটনা। AS01 DC2980নম্বৰৰ বোকাখাত অভিমুখী এখন ট্ৰাকে মহতিয়াই নিয়ে এজন লোকক । থিতাতে নিহত হয় পথাচাৰী লোকজন।

দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজে খেদি খেদি কৰায়ত্ত কৰে ট্ৰাকখন। ঘটনাস্থলীত নুমলীগড় আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰপেটাত বৃহৎ চাইবাৰ জালিয়াতি চক্ৰ উৎখাত: আৰক্ষীৰ জালত ৩ অভিযুক্ত

বৰপেটা জিলা আৰক্ষীয়ে এক বৃহৎ সফলতা অৰ্জন কৰি জিলাখনত...

অসম ক্ৰিকেট সন্থাৰ উদ্বোধনী বৰ্ষৰ অসম প্ৰিমিয়াৰ লীগ নিলামৰ বাবে খেলুৱৈৰ তালিকা যুগুত

অসম প্ৰিমিয়াৰ লীগৰ উদ্বোধনী সংস্কৰণৰ খেলুৱৈৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা...