ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল বিজেপি নেতাৰ

গোলাঘাট জিলাৰ নুমলীগড়ৰ তেলগৰমত শোকাৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত সৰুপথাৰ সমষ্টিৰ বিজেপিৰ মৰঙি মণ্ডলৰ সম্পাদক গণেশ চেত্ৰী। ৰখাই থোৱা এখন বাহনত মটৰ চাইকেলেৰে খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা। কোনো পাৰ্কিং লাইট নিদিয়াকৈ পাঞ্জাৱ ইঞ্জিনীয়াৰিং কোম্পানীৰ ৰখাই থোৱা এখনত বাহনত মটৰ চাইকেলেৰে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় সৰুপথাৰ সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ এজন শীৰ্ষ কৰ্মী গণেশ চেত্ৰী । ইয়াৰ পূৰ্বেও ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল শোকাৱহ দুৰ্ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩ খন সফল আই পি এল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এ চি এৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ তিনিখন খেলৰ সফল...

গুৱাহাটীত অষ্টম পুৰুষ-মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ

দেশৰ ৩৩ খন ৰাজ্যৰ প্ৰায় আঠশ খেলুৱৈ, প্ৰশিক্ষক, কাৰিকৰী...

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...