ডাম্পাৰ সোমালগৈ দোকানত, টিয়াগ’ সোমাল পথাৰত! দুৰ্ঘটনাত গুৰুতৰভাবে আহত দুজন লোক

দ্ৰুতবেগী টিয়াগ আৰু মিনি ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ। নাজিৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ পিছতে নিয়ন্ত্ৰণ হেৰুৱাই টিয়াগ’ সোমাল পথাৰত, ডাম্পাৰ সোমালগৈ দোকানগৃহত। গুৰুতৰভাবে আহত দুজনকৈ লোক। দুৰ্ঘটনাগ্ৰস্ত টিয়াগখনৰ নম্বৰ AS04 R 0090 আৰু ডাম্পাৰখনৰ নম্বৰ AS33 C 037। নাজিৰাৰ বৰতলত সংঘটিত হৈছে এই ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...