১৫ নম্বৰ ৰাষ্ট্রীয় ঘাইপথত অঘটন, ট্ৰাকে মহতিয়াই নিলে বাইক চালকক

১৫ নম্বৰ ৰাষ্ট্রীয় ঘাইপথত শোকাৱহ ঘটনা। দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে এজন যুৱকৰ। মঙলদৈ চহৰত পুৱাই সংঘটিত শোকাৱহ দুৰ্ঘটনা। মঙলদৈ চহৰৰ মাজেৰে যোৱা ১৫ নং ৰাষ্ট্রীয় ঘাইপথতে ঘটে এইটো শোকাৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে মৃত্যু হয় অতুল নাথ নামৰ এজন ৩২ বছৰীয়া যুৱকৰ।

এখন বাইক আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে মৃত্যু ঘটে যুৱকজনৰ। মৃত অতুল নাথৰ ঘৰ টিয়াঝাৰত। দুৰ্ঘটনা সংঘটিত কৰা AS 01 AC 7374 নম্বৰৰ ট্ৰাকখন মঙলদৈ আৰক্ষীয়ে জব্দ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...

৩০ মাৰ্চত গুৱাহাটীত ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ IPL মেচ

শিক্ষাৰ্থী-দৰ্শকৰ সুবিধাৰ বাবে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত টিকট কেন্দ্ৰ...

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...