ঘাতকৰ ৰূপত ৰাজ্যৰ ৰাজপথ, এইবাৰ গোৱালপাৰাত প্ৰাণ গ’ল দুজনৰ

ঈদৰ আনন্দ-উছাহৰ মাজতে ৰাজ্যত ইটোৰ পিছত সিটো পথ দুৰ্ঘটনাৰ সূত্ৰপাত ঘটিছে। এইবাৰ গোৱালপাৰাৰ নেপালী খুঁটিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুখন বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুজন, লগতে গুৰুতৰভাবে আহত হৈছে ৩জন লোক। নিহত দুজনৰ নাম শ্বহিদুল ইছলাম আৰু শ্বাহ মামুদ ইছলাম। আহত আনোৱাৰ হুছেইন, আজম আলী আৰু ফাৰুক আব্দুল্লাক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...