চাপৰত নিশা ভয়ংকৰ দুৰ্ঘটনা!

  • চাপৰত নিশা ভয়ংকৰ দুৰ্ঘটনাত নিহত তিনি যুৱক
  • দুৰ্ঘটনাত দুজন যুৱক থিতাতে নিহত হোৱাৰ বিপৰীতে হাস্পতালত মৃত্যু আনজনৰ
  • মোৱামাৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা
  • বাইক আৰু ট্ৰেইলাৰৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ
  • নিহত যুৱক কেইজন ক্ৰমে কংকন অধিকাৰী, জিতু ৰায়, মমেন ৰায়
  • সংকটজনক অৱস্থাত মমেন ৰায়ক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়
  • নিহত তিনি যুৱকৰ ঘৰ চাপৰৰ সত্যপুৰত
  • নিহত কংকন অধিকাৰী ৯ মাৰ্চত বিবাহ পাশত আৱদ্ধ হৈছিল
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অন্ধ্ৰপ্ৰদেশত পথ নিৰ্মাণৰ সময়ত ভয়ংকৰ বিস্ফোৰণ; দুৰ্ঘটনাত প্ৰাণ গ’ল ৫জনৰ

অন্ধ্ৰপ্ৰদেশৰ আল্লুৰি সীতাৰাম ৰাজু জিলাত শনিবাৰে পুৱা পথ বহলীকৰণৰ...

তিনিচুকীয়াৰ বাৰেকুৰিত বিশ্ব হলৌ দিৱস উদযাপন, সংৰক্ষণ আৰু পৰ্যটনৰ বিকাশত গুৰুত্ব

হলৌ উদ্যান হিচাপে পৰিচিত তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ ২১খন গাঁৱৰ...

এছিয়ান পেৰা গেমছত ভাৰতৰ ঐতিহাসিক সাফল্য: ৩০টা সোণসহ মুঠ ১১৪টা পদক অৰ্জন

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত পঞ্চম এছিয়ান পেৰা গেমছৰ আজি সামৰণি...

অসমৰ স্বাস্থ্যখণ্ডত ঐতিহাসিক সফলতা! GMCHত প্ৰথমবাৰৰ বাবে সফল লিভাৰ ট্ৰান্সপ্লাণ্ট

অসমৰ স্বাস্থ্যখণ্ডত সংযোজিত হ’ল এক নতুন অধ্যায়। গুৱাহাটী চিকিৎসা...