চাপৰত নিশা ভয়ংকৰ দুৰ্ঘটনা!

  • চাপৰত নিশা ভয়ংকৰ দুৰ্ঘটনাত নিহত তিনি যুৱক
  • দুৰ্ঘটনাত দুজন যুৱক থিতাতে নিহত হোৱাৰ বিপৰীতে হাস্পতালত মৃত্যু আনজনৰ
  • মোৱামাৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা
  • বাইক আৰু ট্ৰেইলাৰৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ
  • নিহত যুৱক কেইজন ক্ৰমে কংকন অধিকাৰী, জিতু ৰায়, মমেন ৰায়
  • সংকটজনক অৱস্থাত মমেন ৰায়ক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়
  • নিহত তিনি যুৱকৰ ঘৰ চাপৰৰ সত্যপুৰত
  • নিহত কংকন অধিকাৰী ৯ মাৰ্চত বিবাহ পাশত আৱদ্ধ হৈছিল
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...