ৰে’ল বিভাগৰ বিৰুদ্ধে সৰৱ, ৰাজপথলৈ ওলাই আহিল আছু

আছুৰ তীব্ৰ প্ৰতিবাদ। ৰঙিয়াত ৰে’ল বিভাগৰ কয়লাৰ ৰেক লোডিং-আনলোডিং স্থানান্তৰিত কৰাৰ দাবীত ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ এই প্ৰতিবাদ। ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে নতুনকৈ আৰম্ভ কৰা ৰঙিয়া ষ্টেচন ৰোডৰ কয়লা লোডিং-আনলোডিং স্থানৰ সমীপত সমবেত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অতি শীঘ্ৰে কয়লাৰ লোডিং-আনলোডিঙৰ কাম স্থানান্তৰ কৰিবলৈ প্ৰতিবাদকাৰী সকলে দাবী জনায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিৰাট উপহাৰ! মিচেলক নিজে স্বাক্ষৰ কৰা জাৰ্চি প্ৰদান কৰিলে বিৰাট কোহলীয়ে

ভাৰত-নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হৈ যোৱা তিনিখনীয়া এদিনীয়া ছিৰিজত ডেৰিল...

গাজাত শান্তি ঘূৰাই অনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় গোটলৈ পাকিস্তানক আমন্ত্ৰণ ট্ৰাম্পৰ

গাজাত শান্তি ঘূৰাই অনাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে...

গাজাৰ ‘শান্তি ব’ৰ্ড’ৰ মঞ্চলৈ ভাৰতক আমন্ত্ৰণ জনাইছে ড’নাল্ড ট্ৰাম্পে

শুল্ক যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এইবাৰ গাজাত...

চুইজাৰলেণ্ডৰ ডাভোছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

চুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগা...