নিমাতীঘাট ফেৰী দূৰ্ঘটনা : জিৰণি চ’ৰাতে পৰি ৰৈছে লাইফ জেকেট

নিমাতীঘাটত লাইফ জেকেটৰ অভাৱত খৰস্ৰোতা লুইতত জাঁপ দিবলৈ বাধ্য হৈছিল যাত্ৰী। ইয়াৰ বিপৰীতে নিমাতীঘাটতে দ’মে দ’মে পৰি আছে লাইফ জেকেট। যাত্ৰীৰ ব্যৱহাৰৰ বাবে নহয়, জিৰণি চ’ৰাত অব্যৱহৃত হৈ পৰি ৰৈছে শ শ লাইফ জেকেট। আভ্যন্তৰীণ জলসম্পদ বিভাগে ইঞ্জিনচালিত নাওসমূহত ব্যৱহাৰৰ বাবে বিশ্ব বেংকৰ ধন খৰচ কৰি প্ৰায় ৪০ কোটি টকাৰ লাইফ জেকেট ক্ৰয় কৰিছে। কিন্তু যাত্ৰীৰ ব্যৱহাৰৰ বাবে নাই লাইফ জেকেট।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...