টাওকাক নৈত সন্ধানহীন এটি কিশোৰক উদ্ধাৰ, এতিয়াও সন্ধান নাই আনটো কিশোৰৰ

সোণাৰিৰ টাওকাক নৈত সন্ধানহীন হোৱা কিশোৰক উদ্ধাৰ। সোণাৰিৰ নাফুকৰ গুজিবিল অঞ্চলত নৈত উদ্ধাৰ সঞ্জয় সৰকাৰ নামৰ কিশোৰজন। শনিবাৰে নদীত গা ধুবলৈ যোৱা অৱস্থাত টাওকাক নদীত উটি গৈছিল সোণাৰিৰ ভৱানীপুৰৰ দুটি কিশোৰ। তাৰে এটি কিশোৰ সঞ্জয় সৰকাৰক স্থানীয় গাঁওৰক্ষী বাহিনীয়ে উদ্ধাৰ কৰে। আনহাতে, আনটো কিশোৰ ৰজত দাসক বিচাৰি প্ৰশাসনে অব্যাহত ৰাখিছে অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...