লামডিং ৰে’লৱে জংচনৰ পৰা নিৰুদ্দেশ কিশোৰ

লামডিং ৰে’ল জংচনৰ পৰা নিৰুদ্দেশ ১৩ বছৰীয়া কিশোৰ। নিৰুদ্দিষ্ট কিশোৰটি খাঙাৰগাঁও ৩নং ৱাৰ্ডৰ বাসিন্দা ভান্স পল। যোৱা ২৫ জানুৱাৰীত জংচনৰ পৰা নিখোজ হয় কিশোৰটি। পাচলি বিক্ৰীৰ বাবে লামডিঙৰ পৰা ডিমাপুৰলৈ ৰে’লত গৈছিল কিশোৰটি। তেতিয়াৰ পৰাই বৰ্তমান পর্যন্ত কোনো শুংসূত্ৰ নাই ভান্স পলৰ। কিশোৰজনৰ কোনো সন্ধান পালে 7099318642 -9634607063 নম্বৰত যোগাযোগ কৰাৰ আহ্বান পৰিয়ালৰ লোকৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...