মহানগৰীৰ ৰাজপথত শেষ হৈ গ’ল ২টাকৈ জীৱন

নিশা মহানগৰীৰ লাষ্টগেটৰ উৰণ সেতুত সংঘটিত হয় ভয়াৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত এজন বাইক আৰোহী। আহত এগৰাকী যুৱতীক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছিল যদিও মৃত্যু হয় যুৱতীগৰাকীৰ। নিহত বাইক আৰোহী যুৱকজনৰ নাম ৰঞ্জিত ৰাজবংশী। নলবাৰীত ঘৰ নিহত বাইক আৰোহী ৰঞ্জিতৰ। ৰেপিড’ চলাই জীৱন নিৰ্বাহ কৰিছিল যুৱকজনে। দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS 01BU 7601. আনফালে বৰ্তমানেও উদ্ধাৰ হোৱা নাই নিহত যুৱতীগৰাকীৰ পৰিচয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...