টি-২০ ফৰ্মেটৰ পৰা অধিনায়কত্ব এৰিব বিৰাট কোহলীয়ে

  • T-20ৰ কেপ্টেইনৰ দায়িত্বৰ পৰা অব্যাহতি ল’ব বিৰাট কোহলীয়ে
  • T-20 বিশ্বকাপৰ পিছতে কেপ্টেইনৰ দায়িত্বৰ পৰা অব্যাহতিৰ কথা ঘোষণা
  • অৱশ্যে T-20ত খেলি যাব টীম ইণ্ডিয়াৰ কেপ্টেইনজনে
  • এদিনীয়া আৰু টেষ্টত অধিক মনযোগ দিয়াৰ বাবে এই সিদ্ধান্ত
  • অক্টোবৰত ডুবাইত অনুষ্ঠিত হ’ব T-20 বিশ্বকাপ
  • বৰ্তমান ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ কেপ্টেইনৰ দায়িত্বত আছে কোহলি
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিল্পী পুতুল সিং টুমুঙৰ অকাল বিয়োগ

ৰাজ্যৰ সাংস্কৃতিক জগতৰ পৰা পুনৰ আহিছে এক দু:খবৰ। গীতিকাৰ,...

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ। CBIয়ে গ্রেপ্তাৰ কৰিছে...

বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কেইবাখনো বাহন

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল বহুকেইখন বাহন। শ্বাহতাৰা...

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে। সৰবৰাহ আৰু...