চন্দ্ৰপৃষ্ঠত সম্ভেদ ওলাল বৰফ আৰু পানীৰ

চন্দ্ৰপৃষ্ঠত বৰফ আৰু পানীৰ সম্ভেদ
চন্দ্ৰপৃষ্ঠত আছে বৃহৎ শিলাখণ্ড আৰু আগ্নেয়গিৰি
ISRO-এ প্ৰকাশ কৰিছে এই তথ্য
চন্দ্ৰযান ২-এ চন্দ্ৰপৃষ্ঠৰ গৱেষণা কৰি ISROলৈ পঠাইছিল ডাটা
চন্দ্ৰযান ২-এ ১০০ কিঃ মিঃ পৰা তুলিছিল চন্দ্ৰপৃষ্ঠৰ আলোকচিত্ৰ
আলোকচিত্ৰত ধৰা পৰিছে পাহাৰ আৰু আগ্নেয়গিৰিৰ ছবি
চন্দ্ৰযান ২ৰ আৰ্বিটাৰ পেলোডৰ অনুসন্ধানত প্ৰকাশ তথ্য
চন্দ্ৰযান ২ৰ IIRA-এ চন্দ্ৰপৃষ্ঠত পাইছে হাইড্ৰক্সাইল আৰু ৱাটৰ আইচৰ উপস্থিতি
চন্দ্ৰপৃষ্ঠত ক্ৰোমিয়াম আৰু মেগাংনিজৰ উপস্থিতি
চন্দ্ৰপৃষ্ঠ অধ্যয়নৰ বাবে ISRO য়ে পঠাইছিল চন্দ্ৰযান ২ নামৰ দ্বিতীয়খন মহাযান
২০১৯ চনৰ ২২ জুলাইত প্ৰক্ষেপ কৰিছিল চন্দ্ৰযান ২
২০১৯ চনৰ ২০ আগষ্টত চন্দ্ৰপৃষ্ঠত প্ৰৱেশ কৰিছিল চন্দ্ৰযান ২

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...