আলফা (স্বাঃ)ৰ সভাপতি অভিজিৎ অসমৰ পদত্যাগ

আলফা স্বাধীনৰ সভাপতি ডাঃ অভিজিৎ অসমৰ পদত্যাগৰ পিছত পুনৰ্গঠন কৰা হ’ল সংগঠনটোৰ কেন্দ্ৰীয় সমিতি। সৰ্বোচ্চ সমিতিৰূপে উচ্চতম পৰিষদসহ তিনিতৰপীয়াকৈ পুনৰ্গঠন কৰা হৈছে আলফাৰ কেন্দ্ৰীয় সমিতিখন। সৰ্বোচ্চ পৰিষদৰ সভাপতি পদত অধিষ্ঠিত হৈছে পৰেশ বৰুৱা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...