কাইলৈৰ পৰা পুনৰ আৰম্ভ হ’ব উত্তৰ গুৱাহাটী-গুৱাহাটী ফেৰী সেৱা

উত্তৰ গুৱাহাটীবাসীৰ বাবে সুখবৰ। কাইলৈৰ পৰা আৰম্ভ হ’ব উত্তৰ গুৱাহাটী-গুৱাহাটীৰ মাজৰ ফেৰী সেৱা। পুৱা ৬ বজাৰপৰা নিশা ৮ বজালৈ ক’ভিড বিধি অনুসৰি চলিব এই ফেৰী সেৱা। আন্তঃজিলা যাতায়াত বন্ধ থকাৰ বাবেই চাৰিমাহে বন্ধ আছিল এই ফেৰী সেৱা। মধ্যম খণ্ডৰ পাৰঘাটৰ বালি চৰৰ বাবে ৰজাদুৱাৰ ঘাটৰ পৰাই দুয়োটা ঘাটলৈ চলাচল কৰিব ফেৰী। ১০০ শতাংশ যাত্ৰীলৈ পূৰ্বৰ সূচী মতে চলিব নিয়মীয়া ফেৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...