AIUDF সন্দৰ্ভত হঠাৎ U-TURN সাংসদ অজিত ভূঞাৰ

  • মহাজোঁটত ফাট মেলিল
  • AIUDFক একাষৰীয়া কৰিলে
  • লগে লগে U-TURN সাংসদ অজিত ভূঞাৰ
  • AIUDF অজিত ভূঞাৰ বাবে এতিয়া চকুৰ কূটা দাঁতৰ শূল
  • অজিত ভূঞাৰ আক্ৰমণৰ লক্ষ্য AIUDF
  • ৪ মাহে মৌন অজিত ভূঞা হঠাৎ সাৰ পালে
  • এইবাৰ BJP-AIUDFৰ মাজত সম্পৰ্ক দেখিছে ভূঞাই
  • ৪ মাহে তেওঁ AIUDFৰ বিৰুদ্ধে তথ্যহে গোটাই আছিল

বিজেপিৰ লগত হলিগলি কৰা দেখি কংগ্ৰেছে সংগ এৰিলে AIUDFৰ। এনে সময়তে ছল বুজি কঠীয়া পাৰিছে সাংসদ অজিত ভূঞাই। AIUDF সন্দৰ্ভত হঠাৎ U-TURN সাংসদ অজিত ভূঞাৰ। প্ৰশ্ন হয় যোৱা ৪মাহে মৌন সাংসদজন হঠাৎ সাৰ পালে কিয়?

NKTV Digital
Author: NKTV Digital

374 COMMENTS

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...