কিদৰে গঠন হ’ব তালিবানী চৰকাৰ? কোনে ল’ব নেতৃত্ব? কিমানজন মন্ত্ৰী থাকিব?

আফগানিস্তানত এতিয়া তালিবানৰ শাসন। নতুন চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে তালিবান বাহিনী। ইতিমধ্যে নতুন চৰকাৰৰ গাঁথনি চূড়ান্ত কৰিছে তালিবানে। মোল্লা আব্দুল ঘানী বাৰদাৰৰ নেতৃত্বত গঠন হ’ব তালিবানৰ চৰকাৰ। মাৰ্কিন বাহিনীৰ প্ৰস্থানৰ পিছত আফগানিস্তানত তালিবান সম্পূৰ্ণ মুক্ত হৈ পৰিলেও পঞ্জশীৰ উপত্যকাৰ নিয়ন্ত্ৰণ এতিয়াও অহা নাই তালিবানৰ হাতলৈ। ইয়াৰ মাজতে চৰকাৰ গঠনৰ বাবে সাজু হৈছে তালিবান।

  • নতুন চৰকাৰৰ নেতৃত্বত মোল্লা আব্দুল ঘানী বাৰাদৰ
  • বাৰাদৰৰ সহযোগী মোল্লা মহম্মদ য়াকুৰ, শ্বেৰ মহম্মদ আব্বাছ ষ্টানেকজাই
  • সম্পূৰ্ণ তালিবানী নেতাৰেই গঠন এই অন্তৰ্ৱৰ্তী চৰকাৰ
  • চৰকাৰত আছে ২৫জনকৈ মন্ত্ৰী
  • ১২জনীয়া সদস্যৰে গঠিত উপদেষ্টা পৰিষদ বা চুড়া
  • অহা ছমাহত অনুষ্ঠিত কৰিব গ্ৰেণ্ড এছেম্বলী বা ‘লয়া জিৰগা’
  • গ্ৰেণ্ড এছেম্বলীত থাকিব আফগান সমাজৰ বিভিন্ন গোটৰ প্ৰতিনিধি
  • নতুন সংবিধান, ভৱিষ্যৎ চৰকাৰৰ গাঁথনি
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...