মাইক্ৰ’ফাইনেন্সৰ ঋণৰ কিস্তি নিয়মীয়াকৈ ঘূৰাই দিয়া সকলে পাব ২৫ হাজাৰ টকা

মাইক্ৰ’ফাইনেন্স কোম্পানীসমূহৰ সৈতে ৰাজ্য চৰকাৰৰ MOU স্বাক্ষৰ। এগৰাকী মহিলাই ঋণ ল’ব পাৰিব ৩ বেংকৰ পৰা। ১ লাখ ২৫ হাজাৰ টকা পৰ্যন্ত ঋণ ল’ব পাৰে ৰিজাৰ্ভ বেংকৰ গাইড লাইনৰ মতে। মাইক্ৰ’ফাইনেন্সৰ পৰা ঋণ লোৱা সকলক সকাহ দিয়া হ’ব। ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিয়মীয়াকৈ ঋণ ঘূৰাই দিয়াসকলক প্ৰদান কৰিব পুৰস্কাৰ। ২৫ হাজাৰ টকাকৈ দিব চৰকাৰে। এতিয়াৰে পৰে ঘৰে ঘৰে এজেন্টে ঋণ আদায় কৰিব নোৱাৰে। ঋণ ঘূৰোৱাৰ ক্ষেত্ৰত চৰকাৰে সহায় কৰিব। MOUৰ স্বাক্ষৰৰ অন্তত সংবাদ মাধ্যমক জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...