গৃহীত হ’ল পশুধন সুৰক্ষা বিধেয়ক

বিধানসভাত গৃহীত হ’ল পশুধন সুৰক্ষা বিধেয়ক
• কংগ্ৰেছ-AIUDFৰ প্ৰবল বিৰোধিতাৰ পিছতো হ’ল গৃহীত
• সদন ত্যাগ কৰিলে কংগ্ৰেছ-AIUDFএ
• বিধেয়কৰ পৰা বাদ দিয়া হ’ল ম’হ
• ৭৬টা সংশোধনীৰ প্ৰস্তাৱ আনিছিল বিৰোধীয়ে
• বিধেয়কখন ছিলেক্ট কমিটীলৈ পঠোৱাৰ দাবী দেৱব্ৰত শইকীয়াৰ
• ছিলেক্ট কমিটীলৈ প্ৰেৰণ কৰাকলৈ মুখ্যমন্ত্ৰীৰ বিৰোধিতা
• বিৰোধীয়ে সদন ত্যাগ কৰাৰ পিছতে বিধেয়কখন গৃহীত
• গৰুৰ চোৰাং বেহা ৰোধৰ বাবে এই বিধেয়ক : মুখ্যমন্ত্ৰী

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যোৰহাটত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ

যোৰহাটত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ। দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়ালৰ...

মীৰাটৰ ‘নীলা ড্ৰাম’ হত্যাকাণ্ড: মৃত্যুদণ্ডক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ মুছকান-চাহিল

মীৰাটৰ ‘নীলা ড্ৰাম’ হত্যাকাণ্ডৰ দোষী মুছকান আৰু চাহিলে মৃত্যুদণ্ডক...

গোলাঘাটত লোমহৰ্ষক হত্যাকাণ্ড

গোলাঘাটৰ ৰঙাজানৰ ২ নং বৰগাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক...