লণ্ডন অলিম্পিকত শিখা লৈ দৌৰা পিংকি কৰ্মকাৰ এতিয়া বৰবৰুৱা চাহ বাগিছাৰ শ্ৰমিক

গুৱাহাটী, ৯ আগষ্ট, NKTV:  ২০১২ চনত লণ্ডনত অনুষ্ঠিত হোৱা অলিম্পিকত শিখালৈ দৌৰা পিংকি কৰ্মকাৰৰ কথা মনত আছে নে? NKTVয়ে প্ৰকাশ কৰিছিল পিংকি কৰ্মকাৰৰ বৰ্তমানৰ জীৱন সংগ্ৰামৰ বাতৰি। যোৱা ৭ আগষ্টত প্ৰকাশ পাইছিল NKTVয়ে প্ৰকাশ কৰিছিল পিংকি কৰ্মকাৰৰ বৰ্ত্তমান জীৱন শৈলী কাহিনী। ২০১২ বৰ্ষত লণ্ডন অলিম্পিকত শিখা লৈ দৌৰা ডিব্ৰুগড়ৰৰ পিংকি কৰ্মকাৰৰ বৰ্ত্তমান বৰবৰুৱা চাহ বাগিছা কৰ্মৰত এগৰাকী শ্ৰমিক।
NKTVৰ বাতৰি প্ৰকাশ পোৱাৰ পাছতে এতিয়া ক্রীড়া বিভাগৰ বিষয়া, জিলা প্ৰশাসনৰ বিষয়াকে ধৰি ভিন্ন জাতীয় দল সংগঠনৰ সোঁত বৈছে পিংকি কৰ্মকাৰৰ ঘৰলৈ। পিংকি কৰ্মকাৰক সন্মানেৰে সৈতে কৰ্ম স্থাপন দিয়া প্ৰতিশ্ৰুতি প্ৰদান কৰা পৰিলক্ষিত হৈছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ

NEET-UGৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্তক গ্রেপ্তাৰ। CBIয়ে গ্রেপ্তাৰ কৰিছে...

বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল কেইবাখনো বাহন

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল বহুকেইখন বাহন। শ্বাহতাৰা...

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে। সৰবৰাহ আৰু...

গুজৰাটত টকাৰ বৰষুণ…

গুজৰাটত টকাৰ বৰষুণ। এজন কণ্ঠশিল্পীক ডিঙিলৈকে ওপচালে টকাৰে। এটা...