২৫ জুলাইত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

গুৱাহাটী, ২০ জুলাই, NKTV২৫ জুলাইত গুৱাহাটীলৈ আহিব গৃহ মন্ত্ৰী অমিত শ্বাহ। তামুলপুৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব শ্বাহে। GMCHত উদ্বোধন কৰিব RADIOTHERAPY BLOCK। উদ্বোধন কৰিব ক’ভিড নিহতৰ পৰিয়ালক অনুদান আঁচনিৰ। ৪ হাজাৰ নিহতৰ পৰিয়ালবৰ্গই পাব ১ লাখ টকাকৈ। ক’ভিডত স্বামীহাৰা মহিলাই পাব ২.৫ লাখ টকাকৈ। ক’ভিডত অনাথ হোৱা শিশুক প্ৰদান কৰা হ’ব ৮ লাখ টকাকৈ। সংবাদমেলত জানিবলৈ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই।

পেগাছাছ বিতৰ্কক নস্যাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ
‘মোদীক কলংকিত কৰিবলৈ এয়া আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ’
‘বাওঁ সন্ত্ৰাসবাদৰ পোষক এমনেষ্টী ইণ্টাৰনেশ্যনেল’
এমনেষ্টীক ভাৰতত নিষিদ্ধ কৰাৰ দাবী মুখ্যমন্ত্ৰীৰ
এই বিতৰ্কক লৈ মঙলবাৰে অচল সংসদ
বিৰোধীৰ প্ৰতিবাদত সদনত হুলস্থূলীয়া পৰিস্থিতি
সংসদৰ বিতৰ্কৰ পিছতে গুৱাহাটীত CMৰ সংবাদমেল

২৪-২৫ জুলাইত শ্বিলঙত হ’ব DoNERৰ বৈঠক
কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ লগতে উঃপূবৰ CMসকলৰ অংশগ্ৰহণ
২৩জুলাইত মেঘালয়ৰ CMকনৰাড চাংমাৰে হিমন্তবিশ্বৰ বৈঠক
অসম-মেঘালয় সীমা সমস্যা সন্দৰ্ভত হ’ব এই বৈঠক
অৰুণাচলৰ CMৰেও বৈঠকত মিলিত হ’ব হিমন্ত বিশ্ব
প্ৰসংগ: অসম-মিজোৰামৰ সীমা সমস্যা
‘এতিয়াও সৃষ্টি হোৱা নাই মিজোৰামৰে আলোচনাৰ পৰিৱেশ’
সংবাদমেলত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

শ্ৰদ্ধা কাণ্ডৰ পুনৰাবৃত্তি

২০২২ চনত দিল্লীত দিল্লীত সংঘটিত হোৱা শ্ৰদ্ধা ৱাকাৰ চাঞ্চল্যকৰ...

নিৰাপত্তাহীনতাত এখন খিলঞ্জীয়াৰ গাঁও

ঘটনা খিলঞ্জীয়া বসতিপ্ৰধান ধিঙৰ কলবাৰীৰ। অভিযোগ উঠিছে মুছলমান আগ্ৰাসনৰ।...

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...