মূল্যায়নত খেলিমেলি হোৱা শিক্ষাৰ্থী সকলে কি কৰিব?

প্ৰসংগ: ধনৰ বিনিময়ত মেট্ৰিকৰ নম্বৰ কেলেংকাৰি। কামৰূপৰ ঘটনাৰ পিছতেই পুনৰীক্ষণৰ নিৰ্দেশ ছেবাৰ। দুদিনৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে পুনৰীক্ষণৰ বাবে। সন্দেহ থাকিলে পুনৰীক্ষণ কৰিব পাৰিব যিকোনো জিলাই।

‘অন্যান্য জিলাৰ মূল্যায়নৰ কাম ইতিমধ্যে সম্পন্ন হৈছে’
৩১ জুলাইৰ ভিতৰত ফলাফল দিবলৈ সাজু SEBA
‘কেলেংকাৰিত জড়িত ৩ জনক অব্যাহতি দিয়া হৈছে’
চৰকাৰে গঠন কৰি দিয়া কমিটীৰ ভিত্তিতে পুনৰীক্ষণ কৰা হৈছে
চৰকাৰৰ গাইডলাইন অনুসৰি মূল্যায়নৰ পিছত বন্ধ কৰা হৈছিল প’ৰ্টেলসমূহ
কামৰূপৰ ঘটনাৰ পিছত পুনৰ দুদিনৰ বাবে খুলি দিয়া হৈছে প’ৰ্টেলসমূহ
জনালে ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...