প্ৰতিবছৰে ৫ জুলাইৰ দিনটো আন্তঃৰাষ্ট্ৰীয় বিকিনি দিৱস হিচাপে পালন কৰা হয়। বিকিনি হৈছে আটাইতকৈ আৰামদায়ক পোছাক।অৱশ্যে, সাংস্কৃতিক সীমা আৰু সুৰক্ষাৰ সমস্যাৰ দৰে কিছুমান কাৰকৰ বাবে, ভাৰতৰ যিকোনো ঠাইত বিকিনি পিন্ধাটো প্ৰত্যাহ্বানজনক হৈ পৰে। ২০২১ৰ আজিৰ দিনটোত বিকিনি দিৱসে ৭৫ বৰ্ষ অতিক্ৰম কৰিলে। এই জনপ্ৰিয় পোছাকৰ সৃষ্টিকৰ্তা আছিল ফৰাচী অটোমোবাইল অভিযন্তা আৰু কাপোৰ ডিজাইনাৰ লুই ৰেয়াৰ্ড। তেওঁৱেই প্ৰথম ব্যক্তি যিয়ে আনুষ্ঠানিকভাৱে মিড্ৰিফ-বেৰিং বাথিং চুটটো ‘বিকিনি’ হিচাপে নামাকৰণ কৰিছিল।
যদিও ঐতিহাসিকভাৱে, বিকিনি ব্যৱহাৰৰ কেইটামান প্ৰমাণ ১৯৩০ চনৰ পূৰ্বেও পোৱা যায়, কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই পোছাকে বিশেষ গুৰুত্ব লাভ কৰিছিল।
মিচেলিন বাৰ্নাৰ্ডিনি লুই ৰেয়াৰ্ডৰ বিকিনি পৰিধান কৰা প্ৰথম গৰাকী মডেল আছিল। সেই সময়ত তেওঁৰ বয়স আছিল ১৯ বছৰ। ডিজাইনাৰজনে প্ৰায় ৪ দশক ধৰি তেওঁৰ বিকিনিৰ দোকান চলাইছিল। লুই ৰেয়াৰ্ড আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিকিনি এটলত হাইড্ৰজেন বোমা পৰীক্ষা কৰাৰ ঘটনাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল আৰু তেওঁ “bombshell new clothing item” বিকিনি হিচাপে নামাকৰণ কৰাৰ সিদ্ধান্ত লৈছিল।
ডিজাইনাৰসকলে এই পোছাক সেইবাবে সৃষ্টি কৰিছিল যিয়ে মহিলাসকলক তেওঁলোকৰ শৰীৰ প্ৰদৰ্শন কৰিবলৈ আৰু চানবাথ কৰিবলৈ সুবিধা প্ৰদান কৰিব। উৎকৃষ্ট, আৰামদায়ক গা ধোৱা পোছাক হিচাপে সমগ্ৰ বিশ্বতে সমাদৰ আছে বিকিনিৰ।
বিকিনিৰ বিষয়ে কেইটামান আশ্বৰ্যকৰ তথ্য
আটাইতকৈ ব্যয়বহুল বিকিনিটো প্লেটিনামত ছেট কৰা ১৫০ কেৰেট হীৰাৰে তৈয়াৰ কৰা হৈছিল। এই বিকিনিৰ ডিজাইনাৰ আছিল চুজান ৰোজেন।
ভেটিকেনে বিকিনি পোছাকটো প্ৰৱৰ্তন কৰাৰ সময়ত “পাপী” বুলি ঘোষণা কৰিছিল।
১৯৫৭চনত Cannes Film Festivalত, প্ৰথমবাৰৰ বাবে, এজন চেলিব্ৰিটিয়ে বিকিনি পিন্ধিছিল। তেওঁ ফৰাচী অভিনেত্ৰী ব্ৰিগিট বাৰ্ডট আছিল যিয়ে ফুলৰ মুদ্ৰিত বিকিনি পিন্ধিছিল।
উৰসুলা এণ্ড্ৰেছে (বণ্ড ছোৱালী হিচাপে বিখ্যাত) Dr.No (১৯৬২) পিন্ধা বগা বিকিনিটো ২০১১ চনত £৪১,১২৫ বিক্ৰী কৰা হৈছিল।
১৯৬২ চনৰ জুলাই মাহত প্লেবয় আলোচনীখনে প্ৰথমবাৰৰ বাবে বিকিনি প্ৰদৰ্শন কৰে, অতি শৈল্পিক ভাৱে।
বহুতো ঠাই আছে যিয়ে এতিয়াও বিকিনি নিষিদ্ধ কৰে। উদাহৰণ স্বৰূপে, সংযুক্ত আৰৱ আমিৰাতৰ ৰাছ আল-খাইমাহত বিকিনি সম্পূৰ্ণৰূপে নিষিদ্ধ।
১৯৯৩ চনত, অলিম্পিক কমিটিয়ে বিকিনিক বীচ ভলীবল খেলত মহিলাসকলৰ বাবে অফিচিয়েল ইউনিফৰ্ম কৰি তোলে।
Bigg Boss 14ৰ বিজয়ী তথা অভিনেত্ৰী ৰুবিনা দিলাইকে সদায়েই তেওঁৰ অনুৰাগীসকলক আকৰ্ষণীয় ব্যক্তিত্বেৰে মন্ত্ৰমুগ্ধ কৰে। অনুৰাগীসকলক মনোৰঞ্জন দিবলৈ ছ’চিয়েল মিডিয়াযোগে আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰে ৰুবিনাই। বিকিনি, শাৰী বা সাধাৰণ সাজপাৰ পৰিধান কৰি ৰুবিনাই লাখ লাখ অনুৰাগীৰ মন মুহিবলৈ সক্ষম হৈছে। ৰুবিনা অলপতে ক’ভিড ১৯ৰ পৰা আৰোগ্য হৈছে।
See more of : Rubina Dilaik02 / 65
See more of : Rubina Dilaik03 / 65
See more of : Rubina Dilaik04 / 65
See more of : Rubina Dilaik05 / 65
See more of : Rubina Dilaik06 / 65
See more of : Rubina Dilaik07 / 65
See more of : Rubina Dilaik08 / 65
See more of : Rubina Dilaik09 / 65
See more of : Rubina Dilaik10 / 65
See more of : Rubina Dilaik11 / 65
See more of : Rubina Dilaik12 / 65
See more of : Rubina Dilaikhttps://c84b7fb58013faaec7ed490ae13dc099.safeframe.googlesyndication.com/safeframe/1-0-38/html/container.html13 / 65
See more of : Rubina Dilaik14 / 65
See more of : Rubina Dilaik15 / 65
See more of : Rubina Dilaik16 / 65
See more of : Rubina Dilaik17 / 65
See more of : Rubina Dilaik18 / 65
See more of : Rubina Dilaik19 / 65
See more of : Rubina Dilaik20 / 65
See more of : Rubina Dilaik21 / 65
See more of : Rubina Dilaik22 / 65
See more of : Rubina Dilaik23 / 65
See more of : Rubina Dilaik24 / 65
See more of : Rubina Dilaik25 / 65
See more of : Rubina Dilaik26 / 65
See more of : Rubina Dilaik27 / 65
See more of : Rubina Dilaik28 / 65
See more of : Rubina Dilaik29 / 65
See more of : Rubina Dilaik30 / 65
See more of : Rubina Dilaik31 / 65
See more of : Rubina Dilaik32 / 65
See more of : storm, Rubina Dilaik, old actor, Internet33 / 65
See more of : Rubina Dilaik34 / 65
See more of : Rubina Dilaik35 / 65
See more of : Rubina Dilaik36 / 65
See more of : Rubina Dilaik37 / 65
38 / 65
39 / 65
40 / 65
41 / 65
42 / 65
43 / 65
44 / 65
45 / 65
See more of : Rubina Dilaik46 / 65
See more of : Rubina Dilaik47 / 65
See more of : Rubina Dilaik48 / 65
See more of : Rubina Dilaik49 / 65
See more of : Rubina Dilaik50 / 65
See more of : Rubina Dilaik51 / 65
See more of : Rubina Dilaik52 / 65
See more of : Rubina Dilaik53 / 65
See more of : Rubina Dilaik54 / 65
See more of : Rubina Dilaik55 / 65
See more of : Rubina Dilaik56 / 65
See more of : Rubina Dilaik57 / 65
58 / 65
59 / 65
See more of : Rubina Dilaik60 / 65
61 / 65
See more of : Rubina Dilaik62 / 65
63 / 65
See more of : Rubina Dilaik64 / 65
See more of : Rubina Dilaik65 / 65