কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হোৱা অন্য এজন মৃত ব্যক্তি চিনাক্ত

কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হোৱা অন্য এজন মৃত ব্যক্তি চিনাক্ত। নগাঁৱৰ পৰুৱা গাঁৱৰ অসীম ফুকনৰ মৃত্যুৰ খবৰ পোৱাই নাছিল পৰিয়ালে। দেৰগাঁৱৰ দীঘলীপামত থকা একমাত্ৰ কন্যাৰ শহুৰৰ ঘৰলৈ আহিছিল অসীম ফুকন। ৬০ বছৰীয়া অসীম ফুকনক আত্মী‌য়‌ই দেৰগাঁৱত তুলি দিছিল এখন অন্য ট্ৰেভেলাৰত। নুমলীগড়ত আগৰ ট্ৰেভেলাৰ সলাই অভিশপ্ত ট্ৰেভেলাৰখনত উঠিছিল অসীম ফুকন। দুৰ্ঘটনাত মৃত অসীম ফুকনৰ মৃতদেহ প্ৰথমে কঁহৰা আৰু পাছত গোলাঘাটৰ হাস্পতালৰ মৰ্গত আছিল অসীম ফুকনৰ মৃতদেহ। আজি কিছু সময়ৰ পূৰ্বে গোলাঘাটৰ মৰ্গত কন্যাই চিনাক্ত কৰে মৃতদেহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মৰিগাঁও চহৰৰ মাজমজিয়াত পথত মাছৰ উজান; মাছ নিবলৈ মানা কৰি ৰাইজক কাতৰ আহ্বান ব্যৱসায়ীৰ

মৰিগাঁও চহৰৰ মাজমজিয়াৰ মেইন পুলিচ পইণ্টত সংঘটিত হয় এক...

চৰকাৰী পথ বেদখলৰ অভিযোগ, বুলড’জাৰেৰে বিজেপি বিধায়ক মৈথিলী ঠাকুৰৰ ঘৰৰ দেৱাল ভাঙিলে প্ৰশাসনে

বিহাৰৰ বিজেপি বিধায়ক তথা লোকসংগীত শিল্পী মৈথিলী ঠাকুৰৰ বিৰুদ্ধে...

কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাত নিহত ২৬জনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন, পৰিয়ালক চমজাই দিয়া হ’ল মৃতদেহ

কাজিৰঙাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ২৬গৰাকী লোকৰ...