ত্ৰিপুৰাত ৩ BSF জোৱানক আক্ৰমণ; BSFৰ জোৱানৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিয়ে মাৰণাস্ত্ৰ

ত্ৰিপুৰাত ৩ BSF জোৱানক আক্ৰমণ। BSF-ৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ। BSFৰ জোৱানৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিয়ে মাৰণাস্ত্ৰ।
আক্ৰমণৰ আঁৰত চোৰাং ব্যৱসায়ী থকাৰ অভিযোগ।

একাংশ পুৰুষ–মহিলাই বাঁহ, লাঠিৰে আক্ৰমণ কৰে BSF জোৱানক। এটা চোৰাং ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় BSF দলে। ধৃত চোৰাং ব্যৱসায়ীটোৰ নাম হেফজুৰ ৰহমান।

BSF-ৰ জোৱানক আক্ৰমণকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ আশ্বাস ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ। ইতিমধ্যে ত্ৰিপুৰা আৰক্ষীয়ে ৮ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰজন্মৰ ফিটনেছক লৈ উদ্বিগ্ন মহেন্দ্ৰ সিং ধোনি! শিশুসকলক প্ৰতিদিনে অন্ততঃ এঘণ্টা খেলাধূলা কৰাৰ পৰামৰ্শ

বৰ্তমানৰ নতুন প্ৰজন্মৰ মাজত শাৰীৰিক সক্ৰিয়তা ক্ৰমাৎ হ্ৰাস পোৱাক...

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ক’ৰ কমিটীৰ তিনিখনকৈ বৈঠক, আগন্তুক পৰিষদীয় নিৰ্বাচনক লৈ বিশেষ আলোচনা

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আজি অনুষ্ঠিত হয় ক’ৰ কমিটীৰ তিনিখনকৈ...

দিনটোত মাত্ৰ এবাৰ আহাৰ, ৩০ মিনিটৰ ব্যায়াম! ৬১ বছৰীয়া শ্বাহৰুখ খানৰ ফিটনেছৰ ৰহস্য জানেনে?

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান। অভিনয়, ব্যক্তিত্ব আৰু আকৰ্ষণীয় ৰূপেৰে...

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্লেন মেক্সৱেলৰ, এতিয়াৰে পৰা খেলিব কেৱল বিগ বেছ লীগ

অষ্ট্ৰেলিয়াৰ তাৰকা অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ...