বিপিএফৰ সৈতে শাসকীয় বিজেপি দলৰ মিত্ৰতাৰ নৱীকৰণকলৈ কি ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?

গুৱাহাটী, ৩০ জুন, NKTV: মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিপিএফ (Bodoland People’s Front)ৰ শীৰ্ষ নেতা সকলে ভাৰতীয় জনতা পাৰ্টি (বিজেপি) নেতৃত্বাধীন মিত্রজোঁট পুনৰ একত্ৰিত হ’ব বিচাৰে বুলি প্ৰকাশ হোৱা বাতৰিটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্তব্য প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমানলৈ তেওঁ এনেধৰণৰ যিকোনো প্ৰস্তাৱৰ বিষয়ে “অৱগত নহয়” যাৰ বাবে বিপিএফৰ সৈতে শাসকীয় দলৰ মিত্ৰতাৰ নৱীকৰণৰ ওপৰত মন্তব্য কৰাটো অপৰিপক্ক হ’ব। ইয়াৰ লগতে তেওঁ কয় “অৱশ্যে, আমি অসমৰ সকলোকে লৈ এখন সবল চৰকাৰ চলাবলৈ চেষ্টা কৰি আছো। আমি আমাক সমৰ্থন কৰা ৰাজনৈতিক দলবোৰক সন্মান কৰিম। ৰাজনৈতিক মিত্ৰতা সম্পূৰ্ণৰূপে আন এটা বিষয় আৰু আমি প্ৰস্তাৱ এটা পোৱাৰ পিছতহে এনে বিষয়বোৰ আলোচনা কৰিব পাৰো বুলিও মন্তব্য প্ৰকাশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...