প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি বছৰেকীয়া তিথি; কাহিলিপাৰাৰ ঘৰত নাম-কীৰ্তন, পূজা-পাঠেৰে স্মৰণ শিল্পীগৰাকীক

আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বছৰেকীয়া শ্ৰাদ্ধ। কাহিলিপাৰাৰ ঘৰত আধ্যাত্মিক কাৰ্যসূচী। মাংগলিক কাৰ্যসূচী আৰু ৰীতি-নীতিৰে বছৰেকীয়া শ্ৰাদ্ধ। নাম-কীৰ্তন আৰু পূজা-পাঠ হ’ব বছৰেকীয়া শ্ৰাদ্ধত। কাহিলিপাৰাৰ ঘৰত স্থাপন কৰা হৈছে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি।
অনুৰাগীয়ে আজি শ্ৰদ্ধা জনাব প্ৰাণৰ শিল্পীগৰাকীক।

ইতিমধ্যেই পিণ্ড দানৰ বাবে উলাই গৈছে অৰুণ গাৰ্গ। অনুষ্ঠিত হ’ব নাম প্ৰসঙ্গ আৰু কেইবাটাও অনুষ্ঠান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চাকৰি কৰাৰ সপোন আধৰুৱা হৈয়ে ৰ’ল হিমাশ্ৰীৰ; অন্ধ্ৰপ্ৰদেশত নৃত্যানুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ ৰহস্যজনক মৃত্যু হিমাশ্ৰী বড়োৰ

অসমৰ পৰা অন্ধ্ৰপ্ৰদেশলৈ নৃত্যানুষ্ঠানত অংশগ্ৰহণৰ বাবে গৈছিল এগৰাকী প্ৰতিভাৱান...

চিৰদিনলৈ শুই পৰিল বলীউডৰ জনপ্ৰিয় অভিনেতা নানা পাটেকৰ; ৭৫ বছৰ বয়সত আকস্মিক বিয়োগ বিশিষ্ট অভিনেতাজনৰ

জনপ্ৰিয় অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা নানা পাটেকৰৰ মৃত্যু। ৭৫...

পাইলট স্মিতৰ কেনেকৈ প্ৰাণ ৰক্ষা কৰিছিল চিকিৎসকে?

হীৰেন শৰ্মা মাজ আকাশত তেতিয়া শ্বাসৰুদ্ধকৰ পৰিস্থিতি। ফ্লাইডুবাই বিমানখনৰ ককপিটত...