গুৱাহাটীৰ ক্লাবত নিশা ভয়ংকৰ ঘটনা, ক্লাবলৈ যোৱা যুৱতীক অৰ্ধ উলংগ কৰি প্ৰহাৰৰ অভিযোগ

গুৱাহাটীৰ খানাপাৰাৰ এটা ক্লাবত নিশা ভয়ংকৰ ঘটনা। ক্লাবলৈ যোৱা এগৰাকী যুৱতীৰ অৰ্ধ উলংগ কৰি প্ৰহাৰৰ অভিযোগ। খানাপাৰাৰ ‘দ্যা লোকেলছ’ নামৰ ডিস্ক’ ক্লাবত এই ঘটনা। এগৰাকী যুৱতীক অৰ্ধ উলংগ কৰি প্ৰহাৰ কৰিলে একাংশই। ‘দ্যা লোকেলছ’ বাউন্সাৰেও যুৱতীগৰাকীক শোধালে প্ৰচণ্ড গোৰ। ক্লাবৰ ৪ৰ্থ মহলাৰ পৰা প্ৰহাৰ কৰি কৰিয়েই নমাই অনা হয় যুৱতীগৰাকীক। ঘটনাৰ আঁৰৰ কাৰণ এতিয়াও অজ্ঞাত। আক্ৰমণৰ বলি যুৱতীগৰাকীৰ পৰিচয়ো উদ্ধাৰ হোৱা নাই। সংবাদ মাধ্যম উপস্থিত হোৱাৰ পিছতে গেটত তলা লগাই দিয়ে ক্লাব কৰ্তৃপক্ষই। বন্ধ কৰি দিয়া হয় ক্লাবটোৰ লাইট। ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ দিবলৈ নিশা ক্লাবৰ পৰা ওলাই নাহিল কোনো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰানক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যত আমেৰিকাৰ সামৰিক তৎপৰতা বৃদ্ধি

ইৰানক কেন্দ্ৰ কৰি মধ্যপ্ৰাচ্যত আমেৰিকাই সামৰিক উপস্থিতি বৃদ্ধি কৰিছে।...

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান

ছমৰীয়াত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আৰক্ষীৰ অভিযান। নতুন কাঠমি, বগুৰিগুৰীত...

বৰপেটা জিলা কাৰাগাৰত কয়দী আৰু জে’ল কৰ্তৃপক্ষৰ মাজত ভয়ংকৰ সংঘাত

কাৰাগাৰৰ ভিতৰতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ উপক্ৰম! বৰপেটা জিলা...

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামত উৎকোচ লোৱাৰ অভিযোগত বৰ্খাস্ত GMCHৰ সহকাৰী অধ্যাপক

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ (GMCH) ফৰেনচিক মেডিচিন বিভাগৰ...