ভয়ংকৰ দুৰ্ঘটনাত থানবান এখন সুখৰ সংসাৰ

লখিমপুৰৰ ভয়ংকৰ দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ নগাঁৱত শিহৰণকাৰী পথ দুৰ্ঘটনা। নগাঁৱৰ বৰঘাট বাইপাছত তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে বাইক আৰোহী দম্পতীক। দুৰ্ঘটনাত থিতাতে নিহত পত্নী। আনফালে গুৰুতৰভাৱে আহত সন্তানসহ স্বামীক নগাঁও মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS-31C-1250। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। এতিয়াও উদ্ধাৰ হোৱা নাই আহত-নিহতৰ পৰিচয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...