অসমতো কৰ’নাৰ ডেল্টা ভেৰিয়েণ্টৰ উপস্থিতি

গুৱাহাটী, ২৫ জুন, NKTV: অসমতো কৰ’নাৰ ডেল্টা ভেৰিয়েণ্টৰ উপস্থিতি। ডেল্টা ভেৰিয়েণ্ট ধৰা পৰা এজনৰ মৃত্যু। ৰাজ্যত ৭৭ শতাংশ সংক্ৰমণৰ তথ্য। সংবাদমেলত উদ্বেগজনক তথ্য স্বাস্থ্যমন্ত্ৰীৰ। এইপৰ্যন্ত ৩০০ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ।

কি এই ডেল্টা ভেৰিয়েন্ট?

যোৱা ১১জুনত ইংলেণ্ডত ধৰা পৰা ক’ভিডৰ এই ভেৰিয়েন্ট।

ই অধিক সংক্ৰামক আৰু ইতিমধ্যে বিশ্বৰ ১৯৭খন দেশত ইয়াৰ উপস্থিতি পোৱা গৈছে।

ভাৰতত এই পৰ্যন্ত ৪০জন লোকৰ ডেল্টা ভেৰিয়েন্ট পোৱা গৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...