প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয়ৰ বাহন হ্ৰাস

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয়ৰ বাহন হ্ৰাস।
কনভয়ত ৫০% বাহন হ্ৰাস কৰাৰ নিৰ্দেশ SPGক।
কনভয়ত ইলেকট্ৰিক বাহন ব্যৱহাৰ কৰাৰো নিৰ্দেশ।
দেশবাসীক ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আহ্বান জনাইছিল প্ৰধানমন্ত্ৰীয়ে।
মঙলবাৰে অসমত হ্ৰাস কৰা দেখা গ’ল প্ৰধানমন্ত্ৰীৰ কনভয়ৰ বাহন।
গুজৰাটতো মোদীৰ কনভয়ত দেখা গৈছে কমসংখ্যক বাহন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বিশ্ব সুন্দৰী প্ৰতিযোগিতা ২০২৬; বিশ্বৰ মঞ্চত জিলিকিল ডমিনিকান ৰিপাব্লিকৰ জোহেইৰী ম’লা ডমিংগুৱেজ

ভিয়েটনামৰ ন্যা ট্ৰাং চহৰত অনুষ্ঠিত ৭৩সংখ্যক মিছ ৱৰ্ল্ড ২০২৬ৰ...

শিক্ষক দিৱসৰ ভাষণ দি থাকোতেই শোকাৱহ ঘটনা…

ভাষণ দি আছিল শিক্ষয়িত্ৰীগৰাকীয়ে। তেতিয়াই ঘটিল এক অনাকাংক্ষিত ঘটনা।...

নেপালত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিকসহ দুজন

নেপালত কেইবাদিনো ধৰি বোকা আৰু ধ্বংসাৱশেষৰ মাজত চলি থকা...

১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩...