নতুন SOPত কি কি আছে?

• ২৮ জুনৰ পৰা বলৱৎ হ’ব নতুন SOP
• গুৱাহাটীত সান্ধ্য আইনত শিথিলতা
• ৪ বজাৰ পৰা প্ৰযোজ্য হ’ব সান্ধ্য আইন
• ৩ বজাত বন্ধ হ’ব দোকান-পোহাৰ
• আন্তঃজিলা যাতায়াত বন্ধ ৰখাৰ সিদ্ধান্ত
• ৩খন জিলা এসপ্তাহলৈ সম্পূৰ্ণ CONTAINMENT ZONE
• বিশ্বনাথ, গোৱালপাৰা, মৰিগাঁও CONTAINMENT ZONE
• লগতে বোকাখাত মহকুমাও CONTAINMENT ZONE
• ভেকচিনৰ এটা ড’জ লোৱা কৰ্মচাৰী যাব লাগিব কাৰ্যালয়লৈ
• দুটা ড’জ লোৱাসকলে বিমানবন্দৰত টেষ্ট কৰিব নালাগে
• ৰে’ল ষ্টেশ্যনত টেষ্ট কৰাৰ পৰাও এওঁলোকক ৰেহাই

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...