৬২ বছৰ বয়সত বিয়াত বহিল প্ৰধানমন্ত্ৰী

৬২ বছৰ বয়সত বিয়াত বহিল প্ৰধানমন্ত্ৰী। প্ৰথমে বন্ধুত্ব তাৰ পিছত প্ৰেম। শেষত দীৰ্ঘদিনৰ প্ৰেমিকাৰে বিয়াত বহিল প্ৰধানমন্ত্ৰী। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানেজে বিয়া কৰালে জোডি হাইডেনক। বিগত বৰ্ষৰ ভেলেণ্টাইন ডে’ত বাগদান কৰিছিল প্ৰধানমন্ত্ৰীজনে। কিছুসংখ্যক ঘনিষ্ঠ লোকৰ উপস্থিতিত সম্পন্ন হ’ল প্ৰধানমন্ত্ৰীৰ বিয়া। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ বিবাহক লৈ চৰ্চাও হৈছে বিশ্বজুৰি। প্ৰধানমন্ত্ৰী নিজেই ছ’চিয়েল মিডিয়াত প’ষ্ট দিছে বিয়াৰ। সোমবাৰে ৫ দিনৰ হনীমুনত যাব নৱ দম্পতী। ২০১৯ চনত প্ৰথম পত্নীৰ সৈতে হৈছিল বিবাহ বিচ্ছেদ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত আন এক ডাঙৰ সফলতা: ‘অগ্নি-৪’ পাৰমাণৱিক বেলাষ্টিক মিছাইলৰ সফল পৰীক্ষণ

ভাৰতে ওড়িশাৰ চান্দীপুৰত থকা সংৰক্ষিত পৰীক্ষণ কেন্দ্ৰৰ (Integrated Test...

NEET-UG প্ৰশ্নকাকত ফাদিল কাণ্ড: CBIৰ চাৰ্জশ্বীটত নাম সাঙোৰ খাইছে NTAৰ ৩ গৰাকী বিষয়-বিশেষজ্ঞৰ

NEET-UG 2026ৰ প্ৰশ্নকাকত ফাদিল সংক্ৰান্তত কেন্দ্ৰীয় তদন্ত সংস্থা (CBI)ই...

এতিয়াৰে পৰা বিনামূলীয়া হৈ নাথাকে UPI সেৱা! লোকসভাত গৃহীত হ’ল নতুন সংশোধনী বিধেয়ক

ইউনাইটেড পেমেণ্টছ ইণ্টাৰফেচ (UPI) আৰু অন্যান্য সূচিত ইণ্ডিয়া ইলেকট্ৰনিক...