অসম প্ৰকাশন পৰিষদৰ উদ্যোগত গ্ৰন্থ বৰ্ষ-২০২৫ ফেল’শ্বিপ

গ্ৰন্থ বৰ্ষ ২০২৫ ফেল’শ্বিপৰ বাবে গ্ৰন্থৰ পাণ্ডুলিপি বিচাৰি আহ্বান

অংশগ্ৰহণৰ বাবে বয়সৰ কোনো সীমা নাথাকে

২২টা বিষয়ক লৈ লিখা গ্ৰন্থৰ পাণ্ডুলিপিক প্ৰদান কৰা হ’ব এই ফেল’শ্বিপ

প্ৰাচ্যতত্ত্ব, লোক-সাহিত্য, লোক-সংস্কৃতি,জনগোষ্ঠীয় সমাজ,বিজ্ঞান,সাহিত্য-তত্ত্ব,ভাষা-তত্ত্ব,পুৰাতত্ত্ব,সংস্কৃতি,মহৎ সাহিত্যৰ অনুবাদ,ইতিহাস, বীৰগাথা,জীৱনী,চলচ্চিত্ৰ, শিশু সাহিত্য আদিৰ বিষয়ত লিখিব লাগিব গ্ৰন্থ

৩১ জুলাইৰ ভিতৰত কোনটো বিষয়ৰ ওপৰত গ্ৰন্থ লিখিব সেই বিষয় উল্লেখ কৰি আৱেদন জনাব লাগিব

১ নৱেম্বৰত গ্ৰন্থৰ পাণ্ডুলিপি জমা দিব লাগিব

পাণ্ডুলিপি বাছনিৰ বাবে থাকিব ১০ জনীয়া এখন বিশেষ সমিতি

নিৰ্বাচিত লেখকক ৫০ হাজাৰৰ পৰা ৭৫ হাজাৰ টকা প্ৰদান কৰা হ’ব ফেল’শ্বিপত

সৰ্বাধিক ১০০ খন গ্ৰন্থ বাছনি কৰা হ’ব

নিৰ্বাচিত গ্ৰন্থ অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰিব

পূৰ্বে প্ৰকাশিত গ্ৰন্থ বিবেচনা কৰা নহ’ব

অসমীয়া ভাষাৰ লগতে বড়ো,বাংলা ভাষাৰ লগতে জনগোষ্ঠীয় ভাষাটো লিখিব পাৰিব পাণ্ডুলিপি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...