অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী মোদী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে। মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰিলে শেহতীয়া পৰিস্থিতিৰ সবিশেষ। অসমক কেন্দ্ৰই সকলো সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ।
