হোম ষ্টে’ৰ নামত গুৱাহাটীত চলিছে অনৈতিক কাৰ্যকলাপ

হোম ষ্টে’ৰ নামত গুৱাহাটীত চলিছে অনৈতিক কাৰ্যকলাপ। গুৱাহাটীৰ গেম ভিলেজত নিশা বশিষ্ঠ আৰক্ষীৰ অভিযান। অভিযানত অসংযত অৱস্থাত উদ্ধাৰ ১১ যুৱক-যুৱতীক। A-15 ব্লকৰ ৪নং ফ্লেটত চলি আছিল অনৈতিক কাৰ্য-কলাপ। প্ৰতিবেশীয়ে দিয়া অভিযোগৰ ভিত্তিত অভিযান আৰক্ষীৰ। দীৰ্ঘদিন ধৰি হোম ষ্টে’টোত অনৈতিক কাৰ্যকলাপ চলি থকাৰ অভিযোগ। অতিষ্ঠ হৈ প্ৰতিবেশীয়ে অৱশেষত অভিযোগ দিছিল আৰক্ষীক। প্ৰতিবেশীৰ অভিযোগৰ ভিত্তিতেই গেম ভিলেজৰ হোম ষ্টে’টোত নিশা চলে আৰক্ষীৰ অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...