পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ ভাৰতৰ

পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ ভাৰতৰ। ‘অপাৰেশ্যন সিন্দূৰে’ৰে ভাৰতীয় সেনাৰ অভিযান। সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতীয় সেনাৰ এয়াৰ ষ্টাইক। পাক অধিকৃত কাশ্মীৰত ২৪টাকৈ মিছাইলেৰে পাকিস্তানৰ সন্ত্ৰাসবাদীক আক্ৰমণ ভাৰতীয় সেনাৰ। এই পৰ্যন্ত ২৬ সন্ত্ৰাসবাদী ভাৰতীয় সেনাৰ আক্ৰমণত নিহতৰ সন্দেহ। পাক অধিকৃত কাশ্মীৰত থকা জেইচ-ই-মহম্মদৰ ঘাটিতো আক্ৰমণ। আক্ৰমণত লস্কৰ-ই-তৈবাৰ এটা ঘাটিও ধ্বংস। আক্ৰমণৰ পাছতেই পাকিস্তানৰ স্কুল-কলেজ অনিৰ্দিষ্টকাললৈ বন্ধ। ৯টাকৈ পাক সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ ভাৰতীয় সেনাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যত পুনৰ বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ

ৰাজ্যত পুনৰ বাল্যবিবাহৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। এইবাৰ জামুগুৰিহাটত নাবালিকাক...

পাকিস্তানত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত ২৪জনকৈ লোক

এই দৃশ্য পাকিস্তানৰ বেলোচিস্তানৰ কোৱেটাৰ। চামান পট্টক ছিগনেল পোৱাৰ...

কথমপি প্ৰাণৰক্ষা হাজাৰ হাজাৰ ৰে’ল যাত্ৰীৰ, তিতাবৰত অঘটন

তিতাবৰৰ মেলামাটিত ভয়ংকৰ ঘটনা। ৰে'ল লাইনৰ ওপৰত চিঙি পৰিল...

ভয়ংকৰ দুৰ্ঘটনাত থানবান এখন সুখৰ সংসাৰ

লখিমপুৰৰ ভয়ংকৰ দুৰ্ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ নগাঁৱত শিহৰণকাৰী...