পাকিস্তানক সমৰ্থনৰ অভিযোগত ৰাজ্যত ৭ জনক গ্ৰেপ্তাৰ

পেহেলগাম কাণ্ডই জোকাৰিছে সমগ্ৰ বিশ্ব। ইয়াৰ মাজতে পাকিস্তানক সমৰ্থনৰ অভিযোগত ৰাজ্যত কেইবাজনকো গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ হোৱা লোকৰ তালিকা প্ৰকাশ মুখ্যমন্ত্ৰীৰ। এই পৰ্যন্ত ৭ জনক গ্ৰেপ্তাৰ। নগাঁৱত গ্ৰেপ্তাৰ বিধায়ক আমিনুল ইছলামক। হাইলাকান্দিত গ্ৰেপ্তাৰ সাংবাদিক জাবিৰ হুছেইনক। শিলচৰত গ্ৰেপ্তাৰ এ কে বাহাউদ্দিন, জাভেদ মজুমদাৰক। এ কে বাহাউদ্দিন অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰ। মৰিগাঁৱত গ্ৰেপ্তাৰ মজাহাৰ মিঞা, মুজহিৰুল ইছলামক। শিৱসাগৰত গ্ৰেপ্তাৰ বাইহাটাৰ ছাহিল আলিক। ছ’চিয়েল মিডিয়াত পোষ্ট দি আৰক্ষীৰ জালত এইসকল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...