পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিল অসমৰ এটি পৰিয়াল

জম্মু-কাশ্মীৰৰ পেহেলগামত আবদ্ধ অসমৰ এটি পৰিয়াল
মঙলবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিছিল শিলচৰৰ পৰিয়ালটো
পৰিয়ালৰ সৈতে পেহেলগামলৈ ফুৰিবলৈ গৈছিল শিলচৰ নিবাসী দেবাশীষ ভট্টাচাৰ্য
অসম বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ অধ্যাপক দেবাশীষ ভট্টাচাৰ্য
পত্নী–পুত্ৰক লগত লৈ দেবাশীষ ভট্টাচাৰ্য গৈছিল ফুৰিবলৈ
সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত জংঘলত লুকাই প্ৰাণৰক্ষা কৰে পৰিয়ালটোৱে
এটা সন্ত্ৰাসবাদীয়ে পৰিয়ালটোক দেখি গুলীয়াবলৈ উদ্যত হৈছিল।
প্ৰথমে পৰিয়ালটোক কলিমা পঢ়িবলৈ নিৰ্দেশ দিয়ে সন্ত্ৰাসবাদীয়ে
তিনিজনীয়া পৰিয়ালটোৰ কলিমা সন্দৰ্ভত পূৰ্বৰে পৰা জ্ঞান আছিল
সন্ত্ৰাসবাদীৰ সন্মুখত কলিমা পঢ়াৰ পিছতে তেওঁলোকক ৰেহাই দিয়ে
পৰিয়ালটোৰ সৈতে একেলগে লুকাই থকা আন এজন লোকক গুলীয়াই হত্যা কৰে
সন্ত্ৰাসবাদীটো আঁতৰি যোৱাৰ লগে লগে সেই স্থানৰ পৰা পলায়ন কৰে পৰিয়ালটোৱে
বৰ্তমান শ্ৰীনগৰত নিৰাপদে আছে শিলচৰৰ তিনিজনীয়া পৰিয়ালটো

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পুনৰ চৰ্চাত ইউটিউবাৰ UK07 Rider

দেশৰ জনপ্ৰিয় ইউটিউবাৰ তথা 'BIG BOSS 17'ৰ প্ৰতিযোগী অনুৰাগ...

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...