টীয়কত দুৰ্ঘটনাত পতিত হুঁচৰি দল, আহত প্ৰায় ১০ বিহুৱা-বিহুৱতী

নিশা টীয়কৰ ভগামুখত দুৰ্ঘটনাত পতিত হুঁচৰি দল কঢ়িওৱা মেজিক। পথৰ ওপৰত বাগৰি পৰে টাটা মেজিকখন। খনামুখৰ পৰা হুঁচৰি গাই ঘৰলৈ ওভতাৰ পথত এই দুৰ্ঘটনা। লেংদং জাঁজীপৰীয়া হুঁচৰি দলৰ প্ৰায় দহ গৰাকী বিহুৱা-বিহুৱতী আহত। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহতসকলক টীয়ক FRUত ভৰ্তি। পৰৱৰ্তী সময়ত আহতসকলক উন্নত চিকিৎসাৰ বাবে JMCHলৈ প্ৰেৰণ। দ্ৰুতগতিৰে গাড়ী চলোৱাৰ বাবেই এই দুৰ্ঘটনাৰ অভিযোগ। আৰক্ষীয়ে গাড়ীখন জব্দ কৰাৰ লগতে আটক কৰে চালকজনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...